Home

শেহতীয়া খবৰ

গুলীচালনাত তিনি শিক্ষাৰ্থী নিহত আমেৰিকাৰ এখন বিদ্যালয়ত

অড্ৰে হেল এজন ট্ৰেন্সজেণ্ডাৰ আছিল। তাই এগৰাকী মহিলা হিচাপে জন্মগ্ৰহণ কৰিছিল যদিও তাইৰ লিংকডইন প্ৰফাইল অনুসৰি, তাই নিজকে এজন পুৰুষ হিচাপে চিনাক্ত কৰিছিল আৰু পুৰুষ হিচাপে বাস কৰিছিল।

FIFA WORLD CUP

ফিফাৰ সভাপতি পদত পুনৰবাৰ গিয়ান্নি ইনফেন্টিনো

নিউজ ডেস্কঃ বৃহস্পতিবাৰে বিশ্ব ফুটবলৰ নিয়ন্ত্ৰক সংস্থাৰ কংগ্ৰেছত বিনা প্ৰতিদ্বন্দিতাৰে তৃতীয়বাৰৰ বাবে গিয়ান্নি ইনফান্তিনো ফিফাৰ সভাপতি হিচাপে পুনৰ নিৰ্বাচিত হয়। ফিফাৰ কংগ্ৰেছত ২১১ খন প্ৰতিনিধি দেশৰ সদস্যৰ উপস্থিতিত পুনৰবাৰ ইনফান্তিনো…

Argentina 3(4)-3(2) French : বিশ্বকাপ ফাইনেলৰ Tactical Analysis

মহাকাব্যিক চিনেমাৰ চিত্ৰনাট্য এনেকৈয়ে চাগে লিখা হয়! ঘনে ঘনে দৃশ্যপট সলনি ৷ শ্বাসৰুদ্ধকৰ পৰিস্থিতি ৷ আৰু এক বিস্ফোৰক কিন্তু নান্দনিক পৰিসমাপ্তি৷ লুচেইলত কালি নিশা যি হ’ল সেয়া যেন কোনোবাই পূৰ্বে…


দেশ-বিদেশ

ৰাহুল গান্ধীক চৰকাৰী বাংলো খালী কৰিবলৈ নিৰ্দেশ

নিউজ ডেস্কঃ লোকসভাৰ সদস্যপদ বৰ্খাস্ত হোৱাৰ পিছত আকৌ এক নতুন সমস্যাই গা কৰি উঠিছে ৰাহুল গান্ধীৰ। লোকসভাৰ সদস্যপদৰ বাবদ পোৱা চৰকাৰী বাংলো খালী কৰিবলৈ কোৱা হৈছে ৰাহুল গান্ধীক। লোকসভা গৃহ…

World Press Freedom Index ৰ সিদ্ধান্তত ভাৰত চৰকাৰ সন্মত নহয়ঃ অনুৰাগ ঠাকুৰ

নিউজ ডেস্কঃ ভাৰত চৰকাৰ ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্সৰ ৰেংকিঙৰ আনুষ্ঠানিক সদস্য নহয়। ৰেংকিঙৰ বাবে পৰিচালনা কৰা সংস্থা ‘ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰছ’ৰ দ্বাৰা লোৱা সিদ্ধান্তৰ সৈতে ভাৰত চৰকাৰ সন্মত নহয় বুলি আজি…


জীৱনশৈলী

পেৰিছ ফেশ্বন উইকত উজ্বলিল অসম কন্যা

নিউজ ডেস্কঃ বিশ্বৰ ভিতৰত আটাইতকৈ সন্মানীয় চাৰিটা ফেশ্বন উইকৰ ভিতৰত অন্যতম পেৰিছ ফেশ্বন উইক, ২০২৩ ত ব্যাপক সমাদৰ লাভ ভাৰতীয় ফেশ্বন ডিজাইনাৰ অসমৰ সুযোগ্যা কন্যা সংযুক্তা দত্তৰ নৱতম ফেশ্বন সম্ভাৰৰ…

আজি আলি-আঃয়ে-লৃগাং, জানোঁ আহক কিছু নজনা কথা

নিউজ ডেস্কঃ আজি মিচিং জনগোষ্ঠীৰ পবিত্ৰ আলি-আঃয়ে-লৃগাং উৎসৱ। ৰাজ্যজুৰি মিচিং জনগোষ্ঠীয় লোকসকলৰ মাজত উখল-মাখলেৰে পালন কৰা হৈছে এই পবিত্ৰ উৎসৱ। আহকচোন জানোঁ এই উৎসৱৰ বিষয়ে কিছু কথা – কৃষিজীৱি মিচিং…


কলা-সংস্কৃতি/মনোৰঞ্জন

উত্তৰ-পূব চলচ্চিত্ৰ মহোৎসৱ ২০২৩ ত ‘ব’হাগ ব’হাগ মন’এ লাভ কৰে শ্ৰেষ্ঠ চুটি চলচ্চিত্ৰ বটাঁ

উত্তৰ-পূব চলচ্চিত্ৰ মহোৎসৱ ২০২৩, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ তত্বাৱধানত মুম্বাইৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমত অনুষ্ঠিত হৈছিল। য’ত ‘ব’হাগ ব’হাগ মন’ক ‘পৰিৱেশ আৰু সংস্কৃতি’ৰ শাখাত শ্ৰেষ্ঠ চুটি ছবি হিচাপে ঘোষণা কৰা…

২০২২-২৩ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰদান

অসম চৰকাৰে প্ৰতি বছৰে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ শ্ৰেণীত বঁটা প্ৰদান কৰে। এইবছৰো ২০২২-২০২৩ বৰ্ষৰ বাবে ৰাজ্যখনৰ শীৰ্ষ অসামৰিক সন্মান প্ৰাপ্তকৰ্তাসকলক অসম চৰকাৰে প্ৰদান কৰিব বটা। আজি…


ক্ৰীড়া

অসম মল্লখম্ব সন্থাৰ কাৰ্যবাহী কমিটি ২০২৩-২৬ গঠন

আজি পুৱা ১১.০০ বজাত উলুবাৰীস্থিত  ডিটিআৰপি ইনড’ৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত অসম মল্লখম্ব সন্থাৰ নিৰ্বাচন অনুস্হিত হয়। এই নিৰ্বাচনত সভাপতি পদত জয়ী হয় অশোক বৰ্মন। ইফালে উপ সভাপতি পদত জয়ী হয় চন্দন…

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয়ৰে ইতিহাস ৰচিলে লাভলীনাই

নিউজ ডেস্কঃ ইতিহাস ৰচিলে অসম কন্যা লাভলীনা বৰগোঁহাই। অসমবাসীলৈ লাভলীনাই কঢ়িয়াই আনিছে সুখবৰ। বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছে অসম কন্যা লাভলীন বৰগোঁহাই। ৭৫ কিলো শাখাত…


মনোৰঞ্জন

শ্ৰেষ্ঠ চলচ্চিত্ৰ (জুৰী) বঁটা “মেড ইন নলবাৰী” লৈ

নিউজ ডেস্কঃ ৭ তম ভাৰতীয় বিশ্ব চলচ্চিত্ৰ মহোৎসৱৰ বঁটা ঘোষণা। চলচ্চিত্ৰ মহোৎসৱত এইবাৰ জিলিকিল অসমীয়া ছবি “মেড ইন নলবাৰী”। তনুজ নাথৰ পৰিচালনাৰে নিৰ্মিত ছবিখনে হায়দাৰাবাদত অনুষ্ঠিত ভাৰতীয় বিশ্ব চলচ্চিত্ৰ মহোৎসৱত…

গান নোগোৱাকৈয়ে বঁটা পালে নাহিদ আফ্ৰিনে !

সোমবাৰে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে প্ৰদান কৰিলে অষ্টম ৰাজ্যিক চলচ্চিত্ৰ বঁটা। আন আন শিল্পীৰ লগতে উদিয়মান কণ্ঠশিল্পী নাহিদ আফ্ৰিনেও এই অনুষ্ঠানতে গ্ৰহণ কৰিলে তেওঁলৈ আগবঢ়োৱা শ্ৰেষ্ঠ নেপঠ্য কণ্ঠশিল্পীৰ ‘প্ৰতিমা পাণ্ডে…