নিউজ ডেস্কঃ তিনিদিনীয়া ভ্ৰমণসূচীৰে মঙলবাৰে নতুন দিল্লীত উপস্থিত ইজিপ্তৰ ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰ খনৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিচি বুধবাৰে দুয়োখন দেশৰ চাইবাৰ নিৰাপত্তা, সংস্কৃতি, তথ্য প্ৰযুক্তি আদি বিষয়ক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকৰ পিছতেই এক যুটীয়া সংবাদ মেল সম্বোধন কৰি মোদীয়ে কয় যে, সন্ত্ৰাসবাদ হৈছে মানৱ সমাজৰ নিৰাপত্তাৰ ক্ষেত্ৰত এক ভয়াবহ ভাবুকি, […]
Category: মুখ্যপৃষ্ঠা
Posted inঅসম