Posted inমুখ্যপৃষ্ঠা

পিএফআই নিষিদ্ধ কৰিবলৈ অসম চৰকাৰে কেন্দ্ৰক বাৰে বাৰে অনুৰোধ জনাই আহিছিল:মুখ্যমন্ত্ৰী

গুৱাহাটীঃ পিএফআইৰ বিৰুদ্ধে দেশজুৰি চলোৱা এক বৃহৎ অভিযানত NIA, ED আৰু ৰাজ্যিক আৰক্ষীয়ে বৃহস্পতিবাৰে দেশত সন্ত্ৰাসবাদী কাৰ্যকলাপক সমৰ্থন কৰাৰ অভিযোগত ১৫ খন ৰাজ্যত প্ৰায় একেসময়তে অভিযান চলাই ইছলামিক সংগঠনটোৰ ১০৬ জন নেতা আৰু কৰ্মীক গ্ৰেপ্তাৰ কৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কয় যে  দেশবিৰোধী সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পিএফআই)ক […]