• ৮ মাৰ্চত স্থানীয় বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ।
  • হোলী উপলক্ষে এই বন্ধ ঘোষণা কৰা হৈছে।
  • কেৱল কামৰূপ মেট্ৰ’ জিলাতহে প্ৰযোজ্য হ’ব এই বন্ধ।
  • চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু বেংকসমূহ বন্ধ থাকিব উক্ত দিনটোত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply