ভোপালত অনুস্থিত হব All India University Grappling tournament 2023। মধ্যাঞ্চল প্ৰফেচনেল বিশ্ববিদ্যালয়ত অনুস্থিত হবলগীয়া এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নগালেণ্ড বিশ্ববিদ্যালয়ে।
এই উপলক্ষে নাগালেণ্ড বিশ্ববিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে Grappling Association of Assam ৰ তৰফৰ পৰা দুগৰাকী প্ৰশিক্ষক। উন্নতমানৰ প্ৰশিক্ষনৰ বাবে প্ৰেৰণ কৰা প্ৰশিক্ষক দুগৰাকী ক্ৰমে- ৰণময়জ্যোতি শৰ্মা আৰু মফিজুদ্দিন আহমেদ।
উল্লেখ্য যে প্ৰশিক্ষক দুগৰাকী ৰাষ্ট্ৰীয় পদক বিজয়ী। ইফালে, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উন্নত প্ৰশিক্ষনৰ বাবে Grappling GI & No GI event campও কৰা হব।
এই কেম্পটোৰ নাম হৈছে Nagaland university Grappling camp। নাগালেণ্ডত অনুস্থিত হবলগীয়া এই প্ৰশিক্ষণ কাৰ্য্য ২দিনৰ বাবে আয়োজন কৰা হৈছে।
অহা ২এপ্ৰিল ৰ পৰা ৪ এপ্ৰিললৈ প্ৰশিক্ষণ দিয়া হব এথলিক সকলক। আনহাতে, All India University Grappling tournament খন ১৪এপ্ৰিলৰ পৰা ১৮এপ্ৰিললৈ অনুস্থিত হব।