গুৱাহাটী: আজি ঘোষণা কৰা হ’ল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল। এইবাৰ নিৰ্বাচনত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা আছুৰ দখললৈ যায়।

আছু সমৰ্থিত প্ৰাৰ্থী ত্ৰিদীপ ভাগৱতীয়ে সভাপতি পদত জয়লাভ কৰাৰ বিপৰীতে শ্বহীদ মুজামিল ছাত্ৰবাসৰ হিমপৰ্ণা দাসে উপ সভাপতি পদত জয় লাভ কৰে। একদৰে সাধাৰণ সম্পাদক পদতো আছু সমৰ্থিত প্ৰাৰ্থী ঋতুৰাজ শইকীয়াই জয়লাভ কৰে।

কটন বিশ্ববিদ্যালয়ৰ ২০২২ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সম্পূৰ্ণ তালিকা –

সভাপতি পদত ত্ৰিদীপ ভাগৱতী, আছু

উপ সভাপতি পদত হিমপৰ্ণা দাস, শ্বহীদ মুজামিল ছাত্ৰবাস

সাধাৰণ সম্পাদক পদত ঋতুৰাজ শইকীয়া, আছু

সহঃ সাধাৰণ সম্পাদক পদত নয়না বৰা, আছু

সম্পাদক কটনিয়ান পদত অংকুৰ জ্যোতি শৰ্মা, MNDP

তৰ্ক সম্পাদক পদত বিনয় কলিতা, অসম ছাত্ৰ পৰিষদ

সাংস্কৃতিক সম্পাদক পদত ৰিমলিম ভূঞা, অসম ছাত্ৰ পৰিষদ

ছাত্ৰৰ জিৰণি কোঠা পদত হৃদয়া নন্দ কলিতা, একমাত্ৰ নিৰ্দলীয় প্ৰাৰ্থী

ছাত্ৰীৰ জিৰণি কোঠা পদত বিপাশা দাস, MNDP

ক্ৰিকেট সম্পাদকৰ পদত দ্বীপজ্যোতি বৈশ্য, অসম ছাত্ৰ পৰিষদ

সংগীত সম্পাদক পদত বহ্নিমান গোহাঁই, MNDP

Tennis, Swimming & Gymnasium-ৰ সম্পাদক পদত দেৱজ্ঞান বৰুৱা, অসম ছাত্ৰ পৰিষদ

Minor Game Section-ৰ সম্পাদক পদত লিছা মেধি, আছু

Social Services-ৰ সম্পাদক পদত বিতোপন দলে, অসম ছাত্ৰ পৰিষদ

Athletics ৰ সম্পাদক পদত আন্না তিমুংপি, NBD হোষ্টেল

লগতে পঢ়ক – অৱশেষত মঙলদৈৰ ৰুণাই পালে এটা নতুন ঘৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply