নিউজ ডেস্কঃ ফুটবল প্ৰেমীৰ বাবে দুখবৰ। খেলুৱৈ জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিলে তাৰকা ফুটবলাৰ জেৰাৰ্ড পিকে।  বাৰ্ছিলোনা ফুটবল ক্লাবৰ আটাইতকৈ সফল ফুটবলাৰৰ ভিতৰত অন্যতম পিক।

উল্লেখ্য যে, বাৰ্ছিলোনাৰ হৈ ৬ শতাধিক খেলত অংশগ্ৰহণ কৰিছে খেলুৱৈগৰাকীয়ে। মাত্ৰ ১০ বছৰ বয়সতে পিকে বাৰ্ছিলোনা একাডেমীত আৰম্ভ কৰিছিল নিজৰ খেলুৱৈ জীৱন। 

উল্লেখ্য যে, খেলুৱৈ হিচাপে অৱসৰ গ্ৰহণ কৰিলেও পৰৱৰ্তী সভাপতি ৰূপে উভতি অহাৰ পূৰ্ণ সম্ভাৱনা আছে খেলুৱৈ জনৰ । কিয়নো শনিবাৰে খেলপথাৰ ত্যাগ কৰা সময়ত খেলুৱৈ জনক সকলো দৰ্শকে স্পেনিছ ভাষাত ‘সভাপতি’ আখ্যা দি বিদায় জনায় ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply