নিউজ ডেস্কঃ অসমৰ লগতে ১৩খন ৰাজ্যত নিযুক্তি দিয়া হৈছে নতুন ৰাজ্যপালক। অসমৰ নতুন ৰাজ্যপাল ৰূপে নিযুক্তি প্ৰদান কৰা হৈছে গুলাব চান্দ কাটাৰিয়াক। কাটাৰিয়া ৰাজস্থানৰ প্ৰাক্তন গৃহমন্ত্ৰী। 

ইফালে, অৰুণাচলপ্ৰদেশৰ নতুন ৰাজ্যপাল লেঃ জেঃ কৈভাল্য ত্ৰিবিক্ৰম পৰনাইক। লগতে ছিকিমৰ নতুন ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ঝাৰখণ্ডৰ চি পি ৰাধাকৃষ্ণণ, হিমাচলপ্ৰদেশৰ শিৱ প্ৰতাপ শুক্লা।

তদুপৰি, অন্ধ্ৰপ্ৰদেশৰ নতুন ৰাজ্যপাল আব্দুল নাজিৰ, ছত্তীশগড়ৰ বিশ্ব ভূষণ হৰিচন্দন, মণিপুৰৰ অনুসুইয়া উইকে, নগালেণ্ডৰ লেঃ গণেশন, মেঘালয়ৰ ফাগু চৌহান।

বিহাৰৰ নতুন ৰাজ্যপালৰ ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ, মহাৰাষ্ট্ৰৰৰ ৰমেশ বেইছ আৰু লাডাখৰ বি ডি মিশ্ৰ (লেফটেনেন্ট গভৰ্ণৰ)

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply