নিউজ ডেস্কঃ চীন, আমেৰিকা, জাপানসহ কেইবাখনো দেশত বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। ভাৰততো ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই ভাৰতীয় সেনা বাহিনীয়ে জাৰি কৰিছে SOP। ভাৰতীয় সেনা বাহিনীৰ প্ৰতিগৰাকী জোৱানে মানি চলিব লাগিব কেতবোৰ নিয়ম।

এই SOP অনুসৰি, সকলো সেনা জোৱানে মাস্ক পৰিধান কৰিব লাগিব, ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব, সামাজিক দূৰত্ব মানি চলিব লাগিব। 

ভাৰতীয় সেনাৰ নতুন SOP মতে, যিসকল জোৱানৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰিব তেওঁলোক ৭ দিনৰ বাবে কোৱাৰেন্টাইন কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply