নিউজ ডেস্কঃ কালি টি-২০ বিশ্বকাপৰ ফাইনেল মেচ। দেওবাৰে ইংলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামিব পাকিস্তান। দিনৰ ১.৩০ বজাত খেলিব এইখন মেচত।

পাকিস্তানৰ দলটোত আছে ক্ৰমে- আশ্বিফ আলী, বাবাৰ আজাম, ফাখাৰ জামান, হায়দৰ আলী, কুশদীল শ্বাহ, শ্বান মাছুদ, ইফতিখাৰ আহমেদ, মহম্মদ নাৱাজ, শ্বাদাব খান, মহম্মদ হেৰিছ, মহম্মদ ৰিজৱান, হেৰিছ ৰৌফ, মহম্মদ হাছনেইন, মহম্মদ ৱাছিম, নাশ্বিম শ্বাহ, শ্বাহীন আফ্ৰিদি, শ্বাহনাৱাজ দাহানী আৰু উস্মান কাডিৰ।

ইফালে, ইংলেণ্ডৰ ক্ৰিকেট দলটোত আছে- এলেক্স হেলছ, ডেৱিড মালান, হেৰী ব্ৰুক, বেন ষ্টকছ, ক্ৰীছ উৱাকছ, লিয়াম ডাৱছন, লিয়াম লিভিংষ্টন, ময়ীন আলী, ছেম কাৰেন, জছ বাটলাৰ, ফিল ছল্ট, আদিল ৰাশ্বিদ, ক্ৰীছ জৰ্ডান, ডেভিড ৱিলী, লুক উড, মাৰ্ক উড, ৰিছাৰ্ড গ্লীছন আৰু টাইমাল মিলছ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply