নিউজ ডেস্কঃ টুইটাৰৰ ব্লু টিকৰ ছাবস্ক্ৰীপশ্যন বৰ্তমান সময়ৰ বাবে স্থগিত ৰখা হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, কোম্পানীয়ে এই সিদ্ধান্ত ব্ৰেণ্ডসমূহৰ নামত খোলা ভুৱা একাউন্টৰ সংখ্যা বৃদ্ধি পাই থকাৰ বাবে গ্ৰহণ কৰা হৈছে। 

ইফালে, কিছুদিন পূৰ্বে টুইটাৰৰ ভেৰিফিকেশ্যন ছিষ্টেমৰ বাবে ধন দিয়াৰ যি নতুন নিয়ম খবৰ বিয়পি পৰা পাছৰে পৰা একাংশ ভুৱা ইউজাৰে ইয়াৰ কুব্যৱহাৰ কৰিছে। 

এই ভুৱা ইউজাৰে সকলে কোম্পনীটোৰ সন্দৰ্ভত ভুৱা বাতৰি প্ৰকাশ কৰিছে। এনেধৰণৰ বহু সমস্যা সমূখীন হোৱাত টুইটাৰৰ Blue Tick ৰ ছাবস্ক্ৰীপশ্যন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply