নিউজ ডেস্কঃ টুইটাৰৰ দিল্লী-মুম্বাইস্থিত কাৰ্যালয় বন্ধ কৰাৰ নিৰ্দেশ এলন মাস্কৰ। টুইটাৰৰ মুৰব্বী এলন মাস্কে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই কৰ্তন কৰিছিল টুইটাৰৰ যথেষ্ট সংখ্যক লোকৰ চাকৰি । ইমেইল যোগেই কৰ্মচাৰীসকলৰ চাকৰি কৰ্তন হোৱা বুলি জনাই সৰ্বত্ৰে চৰ্চিত হৈ পৰিছিল এলন মাস্ক । 

এইবাৰ টুইটাৰৰ দিল্লী-মুম্বাইস্থিত কাৰ্যালয় বন্ধ কৰাৰ নিৰ্দেশ এলেন মাস্কৰ । উল্লেখযোগ্য যে, ভাৰতৰ টুইটাৰৰ তিনিটা কাৰ্যালয় আছে । তৃতীয়টো আছে বাংগালুৰুত । 

ইফালে, দিল্লী-মুম্বাইস্থিত কাৰ্যালয়ৰ কৰ্মচাৰীসকলক ঘৰলৈ যাবলৈ নিৰ্দেশ দিলে এলন মাস্কৰ । বিগত বছৰলৈ ভাৰতত টুইটাৰৰ অধীনত ২ শতাধিক কৰ্মচাৰী আছিল যদিও ৯০ শতাংশৰো অধিকৰ চাকৰি কৰ্তন কৰা হৈছে এতিয়ালৈকে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply