নিউজ ডেস্কঃ আজি দিনৰ প্ৰায় ১২.৪৫ বজাৰ পৰা ছচিয়েল মেছেজিং এপ হোৱাটছএপৰ সেৱা বন্ধ হৈ পৰিছে। ইয়াৰ ফলত হোৱাটছএপ ব্যৱহাৰকাৰীসকল বিশেষ অসুবিধাৰ সমূখীন হৈ পৰিছে। 

হঠাতে ছাৰ্ভাৰ ডাউন হৈ পৰাৰ ফলত হোৱাটছএপ ব্যৱহাৰকাৰীসকলে এই এপৰ জৰিয়তে বন্ধু-বৰ্গক কোনো ধৰণৰ মেছেজ দিব পৰা নাই বা তেওঁলোকৰ পৰা নিজে কোনো ধৰণৰ মেছেজ লাভ কৰা নাই। 

অৱশ্যে বৰ্তমানলৈ হোৱাটছএপৰ তৰফৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা বা এনে কিয় হৈছে সেই বিষয়ে জনোৱা হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply