Posted inঅসম

কোভিড প্ৰট’কলক জলাঞ্জলি দি শিক্ষা বিভাগৰ নিৰ্দেশ অমান্য কৰি বিদ্যালয়তে প্ৰধান শিক্ষকে বিতৰণ কৰিছে চাউল

কামপুৰঃ নগাঁও জিলাৰ কঠিয়াতলী শিক্ষা খণ্ডৰ জিতগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ আজৱ কাণ্ড। বিদ্যালয়খনৰ প্ৰধান শিক্ষক জয়নাল আবেদিনে কোভিড প্ৰট’কলক জলাঞ্জলি দি শিক্ষা বিভাগৰ নিৰ্দেশ অমান্য কৰি বিদ্যালয়তে বিতৰণ কৰিছে চাউল । শিক্ষা বিভাগৰ নিৰ্দেশ মতে মধ্যাহ্ণ ভোজনৰ চাউল ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে গৈ বিতৰণৰ কৰিব লাগে। কিন্তু বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে সামাজিক ব্যৱধান পৰিহাৰ কৰি […]