কৰিমগঞ্জ– কৰিমগঞ্জৰ নন্দপুৰত সংঘটিত হয় ভয়াবহ পথ দুৰ্ঘটনা।

অট’ৰিক্সা আৰু কৰিমগঞ্জ আৰক্ষীৰ বাহনৰ মুখামুখী সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।

দুৰ্ঘটনাত থিতাতে নিহত হয় অট’ চালকজন।

মৃত অট’ চালকজন কৰিমগঞ্জৰ আব্দুল বাছিত।

আৰু পঢ়কঃ বয়িং ৭৩৭ বিমানত অংকন কৰিলে বলীউদ অভিনেতা ছনু ছুডৰ ছবি

দুৰ্ঘটনা সংঘটিত হোৱা অট’ৰিক্সাখনৰ নম্বৰ এছ ১০ এচি ৫৩৮৫

আনহাতে আৰক্ষীৰ বাহনখনৰ নম্বৰ এম এন ০৫ এ ৯০৬৫

আৰু পঢ়কঃ ক’ভিড ভেকচিন লোৱাৰ এদিনৰ পাছতেই ক’ৰোনাত আক্ৰান্ত পাক প্ৰধানমন্ত্ৰী ইমৰাণ খান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply