বোকাখাতঃ বোকাখাতত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ।

শুকুৰবাৰে বোকাখাত আৰক্ষীয়ে এ এছ ০৩ ই এছ- ৪৩৮৪ নম্বৰৰ এখন ক্ৰেটা গাড়ীৰ পৰা জব্দ কৰে ড্ৰাগছ।

ড্ৰাগছখিনি ব্ৰাউন চুগাৰ বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে গাড়ীখনত অহা দুজনলোককো আটক কৰে।

আটক কৰা ড্ৰাগছ ব্য়ৱসায়ী দুজন ৰামজাদ আলী আৰু মোহন আলী ।

দুয়োজনৰে ঘৰ চতিয়াৰ ইটাখোলাত বুলি আৰক্ষীৰ সুত্ৰে প্ৰকাশ।

ডিমাপুৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰিছিল ড্ৰাগছখিনি।

বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,666 other subscribers

Leave a comment

Leave a Reply