Posted inঅসম

যোৱা ২৪ ঘণ্টাত ৰাজ্যত ৬৩৯ গৰাকী লোক ক’ভিডত আক্ৰান্ত; ৬ জনৰ মৃত্যু

অসমত ক’ভিডৰ সংক্ৰমণে ক্ৰমাৎ গুৰুতৰ ৰূপ ধাৰণ কৰিছে। দেওবাৰে ৰাজ্যত ৬৩৯ গৰাকী লোকৰ শৰৰীৰত ক’ভিড পজিটিভ ধৰা পৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইচ এম)ত প্ৰকাশ পোৱা তথ্য মতে ক’ভিডৰ ফলত যোৱা ২৪ ঘণ্টাত ৰাজ্যত ৬ গৰাকী লোকৰ মৃত্যু হয়। মৃত্যু হোৱা লোক কেইজন বৰপেটা, কাচাৰ, ধেমাজি, কামৰূপ মহানগৰ, মৰিগাঁও আৰু তিনিচুকীয়া জিলাৰ। দেওবাৰৰ লৈকে ৰাজ্যত […]