Posted inদেশ-বিদেশ

৬ কোটি বছৰ পুৰণি শিলাখণ্ডৰে নিৰ্মাণ হ’ব ৰাম মন্দিৰৰ মূৰ্তি

নিউজ ডেস্কঃ চলিত বৰ্ষৰ ২৬ জানুৱাৰীত নেপালৰ পোখৰাত অৱস্থিত শালীগ্ৰামী নদীৰ পৰা দুটুকুৰা বিশাল শিলাখণ্ড ৰাম মন্দিৰৰ ৰাম আৰু সীতাৰ মূৰ্তি নিৰ্মাণৰ বাবে অযোধ্যালৈ প্ৰেৰণ কৰা হৈছে । বিশেষজ্ঞৰ দাবী অনুসৰি এই শিলাখণ্ড প্ৰায় ৬ কোটি বছৰ পুৰণি বুলি জানিব পৰা গৈছে। শিলাখণ্ডটোৰ এটাৰ ওজন প্ৰায় ২৬ টন আৰু আন টুকুৰাৰ ওজন প্ৰায় ১৮ টন […]