Posted inঅসম

কাৰ্বি আংলঙত আৰক্ষী আৰু কুকি বিদ্ৰোহী গোটৰ মাজত সংঘৰ্ষ; দুজন নিহত

ডিফু : দেওবাৰে কাৰ্বি আংলঙত আৰক্ষীৰ সৈতে হোৱা এক সংঘৰ্ষত কুকি সশস্ত্ৰ বিদ্ৰোহী গোট ইউনাইটেড পি’পলছ লিবাৰেশ্যন ফ্ৰণ্ট চমুকৈ ইউ পি আৰ এফৰ দুজন সদস্যৰ মৃত্যু হয়। আৰক্ষীৰ এক সূত্ৰত প্ৰকাশ। প্ৰাপ্ত তথ্য মতে, এক বিশেষ সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত দেওবাৰে আবেলি আৰক্ষীৰ এটা দলে জিলাখনৰ সিংহাসন পাহাৰৰ জোলেন অঞ্চলত অভিযান চলাই সশস্ত্ৰ বিদ্ৰোহী […]