Posted inNews

হিমাচলৰ নহয়, গুজৰাটৰ নিৰ্বাচনী ফলাফলেহে প্ৰভাৱ পেলাব ২০২৪ৰ লোকসভা নিৰ্বাচনত

নিৰ্বাচনী এক্সিট পলকো ভুল প্ৰমাণিত কৰি ভাৰতীয় জনতা পাৰ্টীয়ে গুজৰাট বিধানসভাৰ নিৰ্বাচনত অভিলেখ সংখ্যক ১৫৬ খন আসন লাভ কৰিলে। কিন্তু ইয়াৰ বিপৰীতে হিমাচল প্ৰদেশ বিধানসভাৰ নিৰ্বাচনত ৬৮খন আসনৰ ভিতৰত কংগ্ৰেছ দলে ৪০খন আসন লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিলে।