নিউজ ডেস্ক: যোৱা দেওবাৰে অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত অনুষ্ঠিত ICC T20 World Cup –ৰ এখন হাই-ভলটেজ মেচত ভাৰতে পাকিস্তানক চাৰি উইকেটত পৰাস্ত কৰি এক চমকপ্ৰদ খেল প্ৰদৰ্শন কৰিছিল। উক্ত মেচখনত ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে মাত্ৰ ৫৩ টা বলত অপৰাজিত ৮২ ৰান সংগ্ৰহ কৰি অভিলেখ ৰচনা কৰাৰ লগতে ভাৰতক বিজয়ৰ সোৱাদ দিছিল। মেচখনৰ পিছত, ভাৰতৰ বিজয়ক […]