Posted inমুখ্যপৃষ্ঠা

ব্যক্তিগত কোম্পানীৰ তৈল খনন: দ্বিতীয় শুনানীতো দিব নোৱাৰিলে পৰিবেশৰ ওপৰত পৰিবলগীয়া প্ৰভাৱৰ মূল্যায়ন

অসমত প্ৰথমটো ব্যক্তিগত কোম্পানীক তেল খনন কৰিবলৈ অনুমতি দিয়াৰ পিছত স্থানীয় ৰাইজৰ প্ৰতিবাদৰ বাবেই আজিও আৰম্ভ কৰিব পৰা নাই। তেল কোম্পানীটোৱে খনন কাৰ্য চলাবলগীয়া অঞ্চলটোৰ সম্পৰ্কে কোনো অধ্যয়ন নকৰাকৈ যোৱা ৪ জানুৱাৰীৰ প্ৰথম শুনানী বৰ্জন কৰিছিল। পিছত যোৱা বুধবাৰে হোৱা দ্বিতীয়টো শুনানীটো বিশেষ একো অগ্ৰগতি নোহোৱাত পুনৰ পিছুৱাবলৈ বাধ্য হয়। বাঘজানৰ তৈল খাদ খননৰ সময়ত […]