অসমত প্ৰথমটো ব্যক্তিগত কোম্পানীক তেল খনন কৰিবলৈ অনুমতি দিয়াৰ পিছত স্থানীয় ৰাইজৰ প্ৰতিবাদৰ বাবেই আজিও আৰম্ভ কৰিব পৰা নাই। তেল কোম্পানীটোৱে খনন কাৰ্য চলাবলগীয়া অঞ্চলটোৰ সম্পৰ্কে কোনো অধ্যয়ন নকৰাকৈ যোৱা ৪ জানুৱাৰীৰ প্ৰথম শুনানী বৰ্জন কৰিছিল। পিছত যোৱা বুধবাৰে হোৱা দ্বিতীয়টো শুনানীটো বিশেষ একো অগ্ৰগতি নোহোৱাত পুনৰ পিছুৱাবলৈ বাধ্য হয়। বাঘজানৰ তৈল খাদ খননৰ সময়ত […]