Posted inNews

কেন্দ্ৰই আনিছে নতুন বিধেয়ক ‘জনবিশ্বাস’

নিউজ ডেস্ক: কেন্দ্ৰীয় চৰকাৰে আনিবলৈ গৈ আছে এক নতুন বিধেয়ক । ‘জনবিশ্বাস’ নামৰ এই বিধেয়কৰ জৰিয়তে মুঠ ৪২খন আইন সংশোধন কৰিব বিচাৰিছে। এই বিধেয়কখনত কোৱা হৈছে যে চৰকাৰে দেশৰ জনসাধাৰণৰ ওপৰত নিৰ্ভৰ কৰি সৰু-সুৰা অপৰাধৰ কাৰাদণ্ডৰ ব্যৱস্থা আঁতৰাব বিচাৰিছে। কিন্তু এই পৰিস্থিতিত শাস্তিৰ বাবে জৰিমনা বিধান ৰখা হয় যাতে অপৰাধীয়ে পুনৰ অপৰাধ সংঘটিত নকৰে। জনবিশ্বাস […]