Posted inইষ্ট ম'জ' বিশেষ

The Monk who sold his Sleep…এগৰাকী তপস্যাৰত কৰ্মযোগীৰ দৃঢ়প্রতিজ্ঞ সাধনাৰ দুবছৰ

ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ২য় বৰ্ষপূৰ্তিৰ বাখ্যা দাঙি ধৰিবলৈ যাওঁতে উল্লেখ কৰিব লাগিব ,এখন কল্যাণকামী, জনমুখী আৰু জনদৰদী শাসনব্যৱস্থাৰ প্ৰাণসঞ্চাৰ কৰা তেওঁৰ শ্বাসৰুদ্ধকৰ সাধনা, দূৰদৰ্শী পৰিকল্পনা, তেওঁৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টা আৰু দিন ৰাতি একাকাৰ কৰি পেলোৱা  তেওঁৰ অনমনীয় অধ্যৱসায়। অসমৰ ৰাজনৈতিক ইতিহাসত নজিৰ নোহোৱা , অভূতপূৰ্ব উদ্যমেৰে ২৪ x ৭ সষ্টম আৰু কাৰ্যক্ষম হৈ থকা […]