নিউজ ডেস্ক: IAS বিদ্যুৎ বিহাৰী শ্বাইনৰ UPSCৰ সদস্য হিচাপে শপত গ্ৰহণ। শপতনামা প্ৰদান কৰে UPSCৰ অধ্যক্ষ ড০ মনোজ ছোনীয়ে। বিদ্যুৎ বি শ্বাৱাইনে ১৯৮৮ চনত গুজৰাট কেডাৰত ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰে। ১৯৮৯ চনৰ পৰা ২০১৮ চনৰ ভিতৰত শ্বাৱাইনে গুজৰাট চৰকাৰৰ বিভিন্ন পদত, জিলা আৰু ৰাজ্যিক পৰ্যায়ত সেৱা আগবঢ়াইছিল। গুজৰাট আন্তঃগাঁথনি উন্নয়ন ব’ৰ্ডৰ চিইঅ’, প্ৰাথমিক শিক্ষাৰ সচিব, গুজৰাট […]