Posted inঅসম

গুৱাহাটী বাসীৰ সমস্যাক লৈ চলোৱা এক চৰজমিন তদন্তত ওলাল আচল ৰূপ

এতিয়া সকলো ব্যস্ত পৌৰ নিগমৰ নিৰ্বাচনক লৈ । সকলো দলৰে নেতা কৰ্মীৰ প্ৰতিশ্ৰুতিৰ বন্যা। যোৱা সময় চোৱাত নূন্যতম সা সুবিধা খিনিও দিয়াত ব্যৰ্থ পৌৰ নিগম।যোৱা ৬টা বছৰে গুৱাহাটীবাসীৰ খোৱাপানীৰ সমস্যা আদিৰ স্থায়ী সমাধানসূত্ৰ উলিওৱাত ব্যৰ্থ চৰকাৰ খনে বিজেপি চৰকাৰে বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰি আছে বুলি প্ৰচাৰ চলাইছে। গুৱাহাটীক এখন মেগা চিটী হিচাপে গঢ় দিয়াত বিজেপি […]