Posted inঅসম

চৰাইদেউত ক’ভিডমুক্ত হৈ খোজকাঢ়ি ঘৰলৈ ওভতাৰ পথতে মহিলাক গণধৰ্ষণ ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া

চৰাইদেউ জিলাত কৰ’নাৰ পৰা সদ্য আৰোগ্য লাভ কৰি গৃহ অভিমুখে খোজ কাঢ়ি গৈ থকাৰ পথত দুই লম্পটৰ হাতত দুগৰাকী আদিবাসী মাতৃ কন্যাৰ শ্লীলতা হানী হোৱা বাতৰিয়ে সমগ্ৰ ৰাজ্যত তোলপাৰ লগোৱাৰ পাছত আৰক্ষী প্ৰশাসন সষ্টম হৈ পৰিছিল দোষীক বিচাৰি । ৰাইজৰ তীব্ৰ হেঁচাত অভিযুক্ত লম্পট কেইটাক আটক কৰিবলৈ দিন ৰাতি একাকাৰ কৰি দিছিল চৰাইদেউ আৰক্ষী প্ৰশাসনে। […]