Posted inমুখ্যপৃষ্ঠা

চৰাইদেউ জিলাৰ উপায়ুক্তৰ অধ্যক্ষতাত জিলা উন্নয়ন সমিতিৰ বৈঠক

সোণাৰি: চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাৰ অধ্যক্ষতাত আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন সমিতিৰ বৈঠকখন অনুষ্ঠিত হয়। বৈঠকত উপায়ুক্ত গৰাকীয়ে জনস্বাস্থ্য কাৰিকৰী, লোকনিৰ্মাণ (পথ আৰু গৃহ), ৰাষ্ট্ৰীয় ঘাইপথ, কৃষি, শিক্ষা, স্বাস্থ্য, জলসম্পদ, বন, ভূমি সংৰক্ষণ, জলসিঞ্চন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, সমাজ কল্যাণ, ক্ৰীড়া, নগৰ উন্নয়ন, শক্তি আদি বিভাগৰ জৰিয়তে ৰূপায়ণ হৈ থকা আঁচনি সমূহৰ অগ্ৰগতিৰ বিষয়ে […]