Posted inঅসম

মঙলদৈ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সহ দুই সৰবৰাহকাৰী

প্ৰবীণ বৰুৱা, মঙলদৈ: মঙলদৈ সদৰ আৰক্ষীয়ে শুকুৰবাৰে ৰাতি এক গোপন সূত্ৰ পমখেদি দুজনকৈ ডাক্স সৰবৰাহ কাৰী গ্ৰেপ্তাৰ কৰে।  গ্ৰেপ্তাৰ হোৱা লোক দুজন বাঘপৰিৰ মমিন আলী আৰু কহিনুৰ আহমেদ। লোক দুজনৰ পৰা ৭৪ টা ড্ৰাগছ ভৰ্তি কন্টেনাৰৰ, আৰু এখন নম্বৰ ফলক নোহোৱা মটৰ চাইকেল উদ্ধাৰ কৰে মঙলদৈ আৰক্ষীয়ে।