Posted inNews

EM Exclusive : ইতিহাসে ঢুকি নোপোৱা অসমৰ পৰ্তুগীজ গাঁও

ভাৰতবৰ্ষৰ গোৱাত পৰ্তুগীজৰ বসতি সম্পৰ্কে সকলোৱে জ্ঞাত কিন্ত আমাৰ অসমতো যে আছে এনে এখন ইণ্ডো -পৰ্তুগীজ গাওঁ আছে সেয়া নিশ্চয় অসমৰ বহুলোকৰ জ্ঞাত নহয়৷ য’ত প্ৰায় ১৬ – ১৭ শতিকাৰ পৰা বসবাস কৰি আছে ৪৫ টা পৰিয়াল৷