নিউজ ডেস্ক: মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ দ্বিতীয়টো বৰ্ষপূৰ্তিতে ড০ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাত ঘটাব ব্যাপক সালসলনি। মূলতঃ বিগত দুটা বছৰৰ পাৰদৰ্শিতাৰ ভিত্তিতে এই সালসলনিৰ প্ৰস্তুতি চলাইছে মুখ্যমন্ত্ৰীয়ে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে দিল্লী হাইকামাণ্ডৰ পৰাও সেউজ সংকেত লাভ কৰিছে বুলি জানিব পৰা গৈছে। সেই অনুসৰি চলিত বৰ্ষৰ মে’ মাহতে হিমন্ত বিশ্ব শৰ্মা মন্ত্রীসভাই নতুন ৰূপ লাভ […]