Posted inঅসম

খহনীয়া বনাম দুৰ্নীতি: শিৱসাগৰত দিখৌৰ মথাউৰি নিৰ্মাণৰ নামত কি চলিছে?

গুৱাহাটী: এটা ১.৪৫ কোটি টকাৰ বৃহৎ দুৰ্নীতি আৰু ৰাজহুৱা পুঁজিৰ অপব্যৱহাৰৰ গোচৰৰ তদন্তৰ ক্ষেত্ৰত জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা, উজনি অসমস্থিত অতিৰিক্ত মুখ্য অভিযন্তাকে ধৰি বিভাগটোৰ শীৰ্ষ বিষয়াসকলৰ বিৰুদ্ধে চৰম অৱহেলাৰ অভিযোগ উঠিছে। উল্লেখ্য যে শিৱসাগৰ জিলাৰ ৰঘুবাৰী গাঁৱত খহনীয়া-বিৰোধী আঁচনি ৰূপায়ণৰ নামত অহা পুঁজিত দুৰ্নীতি সংঘটিত হোৱা অভিযোগ উঠিছিল। প্ৰাপ্ত তথ্য অনুসৰি, জলসম্পদ বিভাগৰ উজনি […]