Posted inNews

এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল গছ পুলি ৰোপণ কৰাটো বাধ্যতামূলক

গুৱাহাটী : মহানগৰী গুৱাহাটীত আছে এখন ব্যতিক্ৰম চৰকাৰী বিদ্যালয়। এই চৰকাৰী বিদ্যালয়খনৰ প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৰোপণ কৰিব লাগে এজোপাকৈ গছ পুলি। কেৱল গছ পুলি ৰোপণ কৰাই নহয় গছ পুলি জোপাক লালন পালন কৰি বৃক্ষ হিচাপে গঢ়ি তোলেৰো দায়িত্ব থকা গছ পুলি জোপা ৰোপণ কৰা শিক্ষাৰ্থী গৰাকীৰ কান্ধত। এই ব্যতিক্ৰম চৰকাৰী বিদ্যালয়খন আছে অসমৰ একমাত্ৰ ৰামছাৰ […]