Posted inঅসম

বিশ্বকৰ্মা পূজাৰ আনন্দৰ মাজতে মহানগৰীত নৃশংস ঘটনা

গুৱাহাটী : বিশ্বকৰ্মা পূজাৰ আনন্দৰ মাজতে মহানগৰীত নৃশংস ঘটনা। এজন যুৱকক ছুৰীৰে হানি-খুচি হত্যাৰ চেষ্টা আন এজন যুৱকৰ। এই নৃশংস ঘটনা সংঘটিত হৈছে মহানগৰীৰ আঠগাঁৱৰ ৪ নং ৰেলগেটৰ ৱৰ্ল্ড মটৰ পাৰ্টছ মাৰ্কেটত। জিয়াউৰ ৰহমান নামৰ যুবক জনে অমিত গিৰি নামৰ যুবক জনক চোকা অস্ত্ৰৰে আক্ৰমন কৰে। লগতে পঢ়ক :  ৫ খন জাহাজ আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত […]