শ্ৰীনগৰত ১৩৫ দিনীয়া ‘ভাৰত জোড়ো যাত্ৰা’ৰ সামৰণিত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এক আৱেগিক ভাষণ দিছিল ৷ এয়া আছিল ভাৰতৰ শেহতীয়া সংসদীয় ৰাজনীতিৰ অন্যতম গুৰুত্বপূৰ্ণ ভাষণ ৷ সাধাৰণতে কাশ্মীৰ মানেই ভাৰতীয় ৰাজনীতিত দেশৰ সীমা আৰু অখণ্ডতা ৰক্ষাৰ উগ্ৰ বাৰ্তা প্ৰেৰণৰ মাধ্যম ৷ তাতে কাশ্মীৰত থিয় দি চুবুৰীয়া দেশ পাকিস্তান আৰু সন্ত্ৰাসবাদক মোহাৰি পেলোৱাৰ অগ্নিবৰ্ষা ভাষণ দিয়াৰ […]