Posted inমুখ্যপৃষ্ঠা

২০২২ বৰ্ষৰ ১০খন হিন্দী ছবিঃ বৰ্ষান্ত বিশেষ

দক্ষিণৰ বাণিজ্যিক ছবিৰ ৰাষ্ট্ৰীয় সফলতাই মুম্বাইৰ হিন্দী ছবিজগতলৈ প্ৰত্যাহ্বান অনাৰ কথা প্ৰায়েই কোৱা হয় ৷ এইটো সত্য যে মূলসুঁতিৰ হিন্দী ছবিসমূহৰ গল্প, নিৰ্মাণ আদিলৈ অহা জঠৰতাৰ বাবে বহু বৃহৎ বাজেটৰ তেনে ছবি বক্স অফিচত ব্যৰ্থ হৈছে ৷ তাৰ বিপৰীতে লক্ষ্যণীয়ভাৱে সফল হৈছে দক্ষিণৰ কেইবাখনো তাৰকানিৰ্ভৰ ছবি ৷ আচলতে কথাটো এনেকুৱা নহয় যে দক্ষিণৰ এই ছবিবোৰৰ […]