Posted inঅসম

উচ্ছেদৰ বলি হোৱা ঢলপুৰৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ ওপৰত অনিশ্চয়তাৰ কলিয়া ডাৱৰ

গুৱাহাটী : ঢলপুৰ উচ্ছেদ অভিযানে এটা মাহ অতিক্ৰম কৰিলে। আৰক্ষীৰ গুলীত দুজনকৈ লোকে প্ৰাণ হেৰুৱা চৰকাৰৰ এই উচ্ছেদ অভিযানে অঞ্চলটোৰ কেইবা শতাকিধ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতলৈ অনিশ্চয়তা নমাই আনিলে। উক্ত অভিযানতকৈ ৮০০টাতকৈ অধিক পৰিয়ালক উচ্ছেদ কৰাৰ উপৰি চৰকাৰে উচ্ছেদিত এলেকাৰ ভিতৰত পৰা ঢলপুৰৰ চাৰিখন চৰকাৰী বিদ্যালয় আৰু ৮ টা অংগনবাদী কেন্দ্ৰ বন্ধ কৰি পেলায়। উক্ত চাৰিখন বিদ্যালয়ৰ […]