Posted inঅসম

যোৰহাটৰ ব্ৰহ্মপুত্ৰত অচিনাক্ত মহিলাৰ মৃতদেহ, বোকাখাতত বেগ উদ্ধাৰ, নাও দূৰ্ঘটনাৰ সৈতে সন্দেহ

উত্তৰ পশ্চিম যোৰহাটৰ আঠ নং স্পাৰৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পলসত আজি বিয়লী এটা মৃতদেহ ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিছে। মৃতদেহটো মহিলাৰ বুলি সন্দেহ কৰিছে। নিমাতী ঘাটৰ নাও দুৰ্ঘটনা লগত জৰিত হব পাৰে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। আৰক্ষীৰ অনুসন্ধানত প্ৰকৃত তথ্য পোহৰলৈ আহিব। আনহাতে বোকাখাত মহকুমাৰ ভক্তে চাপৰিৰ উত্তৰে ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত বাঘেখোৱা […]