নিউজ ডেস্ক: মহিলাক উদ্দেশ্যী আপত্তিজনক মন্তব্য কৰি বিপদত পৰিছে ‘শক্তিমান’ খ্যাত প্ৰবীন অভিনেতা মুকেশ খান্না। শেহতীয়াকৈ ভাইৰেল হৈ পৰা ভিডিঅ’ৰ বাবে অভিনেতাজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ দিল্লী চাইবাৰ চেলক জাননী প্ৰেৰণ কৰিছে দিল্লী মহিলা আয়োগৰ অধ্যক্ষা স্বাতী মালিৱালে। উল্লেখযোগ্য যে মহিলাৰ প্ৰতি অপমানসূচক মন্তব্য কৰা প্ৰবীন অভিনেতাজনৰ ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে তেওঁ সামাজিক মাধ্যমত ব্যাপক […]