“মই ভাৰতীয় নহয়, মই পাঞ্জাৱীহে”“আমাক আমাৰ পঞ্জাৱ ঘূৰাই লাগিব”“ভাৰতৰ পৰাই নহয়, পাকিস্তানৰ পৰাও লাগিব আমাৰ পঞ্জাৱ” এনে দাবীয়েই নহয়, দেশৰ গৃহমন্ত্ৰীকো হত্যাৰ ভাবুকি প্ৰদান কৰা এগৰাকী শিখ লোকক লৈ এতিয়া সমগ্ৰ দেশজুৰি চৰ্চা। ক্ৰমাৎ অপ্ৰাসঙ্গিক হ’বলৈ ধৰা খালিস্তানে পুনৰ লাভ কৰিবলৈ লৈছে চৰ্চা। এই চৰ্চাৰ আঁৰৰ মানুহজন এতিয়া দেশৰ মোষ্ট ৱাণ্টেড। তেওঁ অমৃতপাল সিং। “যেতিয়া […]
Category: ইষ্ট ম’জ’ বিশেষ
Posted inইষ্ট ম'জ' বিশেষ