Posted inইষ্ট ম'জ' বিশেষ

হাৰ্ট এটেক ৰোগীক চিকিৎসাৰ নতুন পদ্ধতি

দীপক কুমাৰ দাস: বিশ্বত দ্ৰুতগতিত বৃদ্ধি পাই আছে হাৰ্ট এটেক তথা হৃদৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা । বিশ্বজুৰি ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ ভিতৰত ৩২ শতাংশ হৃদৰোগ সম্পৰ্কীয় ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে । হৃদৰোগত আক্ৰান্ত হোৱাৰ পাছত হৃদযন্ত্ৰ বিকল হৈ যায়।ফলত ৰোগীৰ অকাল মৃত্যু ঘটে।বৰ্তমানৰ চিকিৎসা পদ্ধতিয়ে হৃদযন্ত্ৰ সঠিক কৰি তোলাত কিছু পৰিমাণে বিফল […]