মনত অফুৰন্ত ইচ্ছা শক্তি আৰু আত্মবিশ্বাসক সংগী কৰি পৰাধীনতাৰ শিকলি চিঙি পুৰুষৰ সমানে সমানে ওলাই আহি স্বাৱলম্বীতাৰ পথ বাচি লোৱা এগৰাকী নাৰীৰ জীৱন সংগ্ৰাম।
বকোৰ এগৰাকী মহিলাৰ জীৱন সংগ্ৰাম
আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ইষ্টম’জ’ অসমৰ এক বিশেষ প্ৰতিবেদন।