নিউজ ডেস্ক: মংলবাৰে এগৰাকী সংবাদিকক অসৎ আচৰণ কৰে বিজেপি সাংসদ তথা প্ৰাক্তন ডব্লিউ এফ আই ৰ কৰ্মী ব্ৰিজ ভূষণ সিঙে। ভাৰতৰ মল্লযুঁজাৰুসকলে উত্থাপন কৰা যৌন নিৰ্যাতনৰ অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীয়ে দাখিল কৰা অভিযোগনামা সন্দৰ্ভত প্রশ্ন কৰাত বিজেপিৰ সাংসদ ব্রিজ ভূষণ শৰণ সিঙে অসৎ আচৰণ কৰাৰ লগতে ভাঙি পেলায় প্রশ্নকর্তা সাংবাদিকৰ বুম। সামাজিক মাধ্যমত ভাইৰেল হৈ […]