Posted inমুখ্যপৃষ্ঠা

মাজুলীৰ অসুখ আৰু ধৰ্ম আগত, জীৱন পিছত

ৰংমন দাস –  মানুহ মৰিব লাগিব। উন্নতি যদি লাগেই, তেন্তে মানুহ মৰিব লাগিব। মানুহে প্ৰাণ দিব লাগিব। আন ৰাজ্যৰ কথা নকলোৱেইবা, কিন্তু মোৰ অসমত উন্নতি লাগিলে মানুহ মৰিব লাগিব। দলং লাগিলে মানুহ মৰিব লাগিব, স্কুল লাগিলে মানুহ মৰিব লাগিব, পথ লাগিলে মানুহ মৰিব লাগিব, বিধেয়ক বাতিল হ’বলৈ মানুহ মৰিব লাগিব। হাস্পতাল লাগিলেতো মানুহ মৰিব লাগিবই […]