Posted inঅসম

ক’ভিড ভেকচিন সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্ক: ক’ভিড ভেকচিনৰ ওপৰত কেন্দ্ৰৰ দুটা স্বাস্থ্য নিয়ামক সংস্থাৰ তথ্য প্ৰকাশৰ পিছতেই দেশত প্ৰতিক্ৰিয়া হৈ থকাৰ মাজতে মঙলবাৰে সাংবাদিকৰ আগত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তয়ো ক’ভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰ কৰে। সকলো ভেকচিনৰে পাৰ্শ্বক্ৰিয়া থাকে বুলি উল্লেখ কৰি মহন্তই অসমত বিনামূলীয়াকৈ প্ৰায় ৫ কোটিৰো অধিক লোকক ভেকচিন দিয়া হৈছে আৰু এইয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ […]