Posted inঅসম

নিয়োগ বাৰ্তা : Assam Petro-chemicals Limited –ত নিযুক্তি মুকলি

নিউজ ডেস্ক : Assam Petro-chemicals Limited –ত খালী হৈ থকা পদত নিযুক্তিৰ বাবে অৰ্হতা সম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন বিচৰা হৈছে। Deputy Manager (F&A), Accounts Officer আৰু Lower Accounts Assistant –ৰ ৭ টা পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন যোগে আৱেদন কৰিব পাৰে। পদ সমূহ হৈছে Deputy Manager (F&A) –ৰ ১ টা পদ, Accounts Officer –ৰ […]