Posted inজীৱনশৈলী

হৃৎপিণ্ড সুস্থ আৰু সবল কৰি ৰাখিবলৈ কেনে আহাৰ গ্ৰহণ কৰিব লাগে?

হৃৎপিণ্ড হৈছে আমাৰ দেহৰ এক অন্যতম প্ৰধান অংগ, ইয়াক সুস্থ সবল কৰি ৰখাটো অত্যন্ত দৰকাৰী, হৃদৰোগত আক্ৰান্ত হৈ বহু লোকে নিজৰ জীৱন পৰ্য্যন্ত হেৰোৱাব লগা হৈছে। বৰ্তমান সময়ত বিশ্বৰ প্ৰায় এক-তৃতীয়াংশ লোকে হৃদৰোগত আক্ৰান্ত। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে আমাৰ হৃৎপিণ্ডটোক সুস্থ সবল কৰি ৰাখি হৃদৰোগৰ পৰা হাত সাৰিবৰ বাবে আমি নিজৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়াটো খুবেই […]