নিউজ ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাউঞ্চিল ব্লাফত অৱস্থিত গুগলৰ Data Centreত অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত তিনিজন ইলেক্ট্ৰিচিয়ান অগ্নিদগ্ধ হৈছে। তেওঁলোকক কাউন্সিল বাফৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কাউঞ্চিল ব্লাফ আৰক্ষীৰ মতে, ঘটনাটো সোমবাৰে মাজনিশা সংঘটিত হৈছিল। ইলেক্ট্ৰিচিয়ানসকলে ডাটা চেণ্টাৰ ভৱনৰ ওচৰৰ এটা উপকেন্দ্ৰত কাম কৰি আছিল, সেই সময়ত বৈদ্যুতিক বিস্ফোৰণ(electrical explosion) হৈছিল। দুৰ্ঘটনাত তিনিজন ইলেক্ট্ৰিচিয়ান অগ্নিদগ্ধ হৈছিল। […]