গুৱাহাটী : গুৱাহাটীত আহিছে দ্য গ্ৰেট খলী। শনিবাৰে গুৱাহাটীত উপস্থিত হয় ডব্লিউ ডব্লিউ ই খ্যাত ভাৰতীয় ৰেষ্টলাৰজন। উষ্ম আদৰণি জনোৱা হয় ডব্লিউ ডব্লিউ ইৰ ভাৰতীয় ৰেষ্টলাৰ দ্য গ্ৰেট খলীক।

শনিবাৰে এক বিশেষ কাৰ্যসূচী লৈ গুৱাহাটীত উপস্থিত হয় ডব্লিউ ডব্লিউ ইৰ ভাৰতীয় ৰেষ্টলাৰ দ্য গ্ৰেট খলী। ব্যক্তিগত ষ্টীল কোম্পানীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গুৱাহাটী লৈ আহিছে দ্য গ্ৰেট খলী।

লগতে পঢ়ক –  নৃশংসঃ নৃত্য-মডেলিঙক কেৰিয়াৰ হিচাপে লোৱাৰ অপৰাধত নিজ ভাতৃয়ে হত্যা কৰিলে ভগ্নীক

বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে দ্য গ্ৰেট খলীক উষ্ম আদৰণি জনায় শুভাকাংক্ষী সকলে। ঢোলে দগৰে বিনান বন্দৰৰ পৰা আদৰি অনা হয় ডব্লিউ ডব্লিউ ইৰ ভাৰতীয় ৰেষ্টলাৰজনক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply