অসম আৰক্ষীত বৃহৎ সালসলনি। গুৱাহাটী আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তক পদোন্নতি কৰি প্ৰশাসনৰ উপ আৰক্ষী মহাপৰিদৰ্শক (ডিআইজি) হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। পূৰ্বে মহানগৰৰ যুটীয়া আৰক্ষী আয়ুক্ত আছিল পাৰ্থ সাৰথি মহন্ত।

পৰৱৰ্তী নিৰ্দেশলৈকে মহন্তই ডিআইজি (এডমিন) হিচাপে কাৰ্যনিৰ্বাহ কৰিব লাগিব। তেওঁক গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্তৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে।

পূৰ্বে মহানগৰৰ যুটীয়া আৰক্ষী আয়ুক্ত আছিল পাৰ্থ সাৰথি মহন্ত। অসম চৰকাৰৰ পৰা জাৰি কৰা এক বিবৃতিত এই কথা প্ৰকাশ কৰা হৈছে।

ইয়াৰ পূৰ্বে মহন্তক দৰমহা আৰু ভাট্টা আহৰণৰ উদ্দেশ্যে উপ আৰক্ষী মহাপৰিদৰ্শক হিচাপে নিযুক্তি দিয়া হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply