নিউজ ডেস্ক- বিদ্যুৎ মাচুল বৃদ্ধিয়ে এতিয়া জুৰোলা কৰিছে সৰ্বসাধাৰণ ৰাইজক। আজি গড়গাঁৱৰ নাজিৰা বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ত বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰোধিতাৰে আম আদমি পাৰ্টী অসমৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।

তেওঁলোকে প্ৰিপেইড স্মাৰ্ট মিটাৰ প্ৰক্ৰিয়া বন্ধ কৰা, বৰ্ধিত মাচুল হ্ৰাস কৰা আৰু বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্য্যসূচী ৰুপায়ন কৰে।

তেওঁলোকে হাতে হাতে বিভিন্ন প্লেকাৰ্ড, বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে আম আদমি পাৰ্টী অসম নাজিৰা সমষ্টিৰ সমিতিয়ে উত্তাল কৰি তোলে এই প্ৰতিবাদী কাৰ্য্যসূচী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply