নিউজ ডেস্ক- নলবাৰী আৰক্ষীত বৃহৎ সালসলনি। নগাঁৱৰ পাছত এইবাৰ নলবাৰী আৰক্ষীত বৃহৎ সালসলনি কৰা হৈছে।

জানিব পৰা মতে, নলবাৰী, ঘোগ্ৰাপাৰ, বেলচোৰ, টিহু, মুকালমুয়া, কামাৰ্কুচি আৰু দৌলাচালৰ কেইবাখনো আৰক্ষী চকীৰ কনিষ্টবলক সালসলনি কৰা হৈছে। একেখন আৰক্ষী থানাত চাৰি বছৰৰো অধিক সময় ধৰি সেৱা আগবঢ়োৱা ৪৮ জন আৰক্ষী বিষয়াক বদলিৰ নিৰ্দেশ।  

আটাইকেইজন আৰক্ষী কনিষ্টবলক নলবাৰীৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ নিৰ্দেশত সালসলনি কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply