নিউজ ডেস্ক- ২২জুনৰ পৰা অম্বুবাচী মেলা আৰম্ভ হ’ব। ৪ দিনীয়াকৈ অনুস্থিত হ’ব এই অম্বুবাচী মেলা।

উল্লেখ্য যে, ২২জুনৰ পৰা এই মেলা আৰম্ভ হ’ব আৰু ২৬জুনত অন্ত পৰিব। মন্দিৰৰ দুৱাৰ ২২জুনত বন্ধ কৰা হ’ব।

সেইবাবে শিক্ষা পৰিষদে মেলাৰ সময়ত কোনো পৰীক্ষা অনুস্থিত নকৰিবলৈ নিৰ্দেশনা জাৰী কৰে। তেওঁলোকে উল্লেখ কৰে যে, ২১জুনৰ পৰা ২৭জুনলৈ পৰীক্ষা অনুস্থিত কৰিব নোৱাৰিব। গুৱাহাটীৰ চৰকাৰী আৰু বেচৰকাৰী কোনো বিদ্যালয়তে পৰীক্ষা অনুস্থিত নকৰিবলৈ নিৰ্দেশনা জাৰী কৰে।

আনহাতে ২৬জুনত ভক্তসকলে কামাখ্যা ধাম দৰ্শন কৰিব পাৰিব। এই দৰ্শনৰ সময় হৈছে পুৱা ৫.৩০ বজাৰ পৰা ১০.৩০বজালৈ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply