কাচাৰৰ নেহৰু মহাবিদ্যালয়ত বিভিন্ন বিষয়ত খালী হৈ থকা অধ্যাপকৰ পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।
পদৰ নাম: সহকাৰী অধ্যাপক, পদৰ সংখ্যা: ৭টা।
খালী হৈ থকা পদসমূহ হৈছে – ইংৰাজী ১টা, ইতিহাস ২টা, অৰ্থনীতি ৩টা, মণিপুৰী ১টা।
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা সংশ্লিষ্ট বিষয়ত ৫৫ শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগিব।
প্ৰাৰ্থীৰ বয়স ৩৮বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে এছচি/এছটি প্ৰাৰ্থীৰ ক্ষেত্ৰত ৫বছৰ, অ’বিচি/এমঅ’বিচি প্ৰাৰ্থীৰ ক্ষেত্ৰত ৩বছৰ আৰু শাৰীৰিক অক্ষমতা থকা প্ৰাৰ্থীৰ বাবে বয়সৰ ক্ষেত্ৰত ১০ বছৰৰ ৰেহাই থাকিব।
আগ্ৰহী প্ৰাৰ্থীসকলে তেওঁলোকৰ বায়ডাটা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰমাণপত্ৰকে ধৰি যাৱতীয় সকলো প্ৰমাণপত্ৰ ২০০০ টকা ডিমান্ড ড্ৰাফ্ট কৰি অহা ১৯ছেপ্টেম্বৰত পোৱাকৈ তলৰ ঠিকনাত প্ৰেৰণ কৰিব পাৰে –
Principal, Nehru College, Pailapool, Cachar payable at Assam Gramin Vikash Bank, Pailapool, Cachar. The applications must reach the Principal, Nehru College, Pailapool, Cachar, Assam, PIN-788098 within September 19, 2022
বিভাগীয় বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।
আৱেদন পত্ৰৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক – ডাঃ শান্তনু দত্তই কেনেকৈ মেদবহুলতাক অতিক্ৰম কৰি ultramarathon চেম্পিয়ন হৈছিল?