Posted inকলা-সংস্কৃতি

মাত্ৰ তিনি মিনিটতে কলাগুৰুৰ চিত্ৰ অংকন কৰি চৰ্চা লাভ কৰিছে ধলাইবিলৰ এজন যুৱকে

জামুগুৰিহাটঃ কৰোনা সৃষ্ট পৰিৱেশৰ মাজত ঘৰতে আৱদ্ধ থাকি অতি কম সময়ৰ ভিতৰত কলাগুৰু জনাক ৰংঙৰ তুলিকাৰে প্ৰাণ দিছে এজন যুৱকে ৷ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিলৰ বিতুপন ভূঞাই মাত্ৰ তিনি মিনিটতে অংকন কৰিলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ চিত্ৰ। ৰাজ্যত মহামাৰী কৰোনাৰ বাবেই সকলো একপ্ৰকাৰে গৃহবন্দী ৷ তাৰমাজতেই এনেদৰে ব্যতিক্ৰমী ধৰণে জামুগুৰিহাটৰ ধলাইবিলৰ বিতুপন ভূঞাই নিজৰ ঘৰতে নিজৰ […]