গুৱাহাটী: গুৱাহাটীৰ পানবজাৰত আজি এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়।

পানবজাৰৰ ভৰালী ব্ৰাদাছৰ সমীপত থকা মছজিদটোত সংঘটিত হয় উক্ত অগ্নিকাণ্ড। বাতৰি যুগুত কৰা পৰ্য্যন্ত অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।

অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ পিছতে তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে।

অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ এই পৰ্য্যন্ত জানিব পৰা হোৱা নাই।

লগতে পঢ়ক – নেহৰুৰ দেশত আজি অৰ্ধেক সংখ্যক সাংসদেই অপৰাধত অভিযুক্ত: ছিংগাপুৰৰ প্ৰধান মন্ত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply