নিউজ ডেস্ক – আজি ঘোষণা কৰা হ’ল ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চনাৰৰৰ তালিকা। ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চন লাভ কৰিছে মুঠ ১৯ গৰাকী অসমীয়া ভাষাৰ সাহিত্যিককে ধৰি মুঠ ২৩ গৰাকী সাহিত্যিকে।

১. কামৰূপ মহানগৰ জিলাৰ তৰুণ বৰ্মণ – অসমীয়া
২. বাক্সাৰ আনন্দৰাম ৱাৰি – বড়ো
৩. কাছাৰৰ অশোক কুমাৰ শৰ্মা – বঙালী
৪. হোজাইৰ ৰতিশ দাস – বঙালী
৫. কামৰূপ মহানগৰ জিলাৰ শৈলেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য – অসমীয়া
৬. কাৰ্বি আংলংৰ ৰত্নেশ্বৰ নাৰ্জাৰী – বড়ো
৭. শোণিতপুৰৰ মনোমতী কুৰ্মী – অসমীয়া
৮. নগাঁওৰ পৰাণ কুমাৰ বৰুৱা – অসমীয়া
৯. হোজাইৰ শ্ৰুতি কুমাৰ সিং – অসমীয়া মণিপুৰী
১০. বজালীৰ ড. বসন্ত কুমাৰ শৰ্মা – অসমীয়া
১১. ধেমাজিৰ বিদ্যেশ্বৰ দলে – অসমীয়া মিছিং
১২. ডিব্ৰুগড়ৰ ভাৰতী দত্ত – অসমীয়া
১৩. গোৱালপাৰাৰ প্ৰকাশ চন্দ্ৰ ৰাভা – অসমীয়া ৰাভা
১৪. গোলাঘাটৰ নিজৰা বৰঠাকুৰ – অসমীয়া
১৫. কামৰূপ মহানগৰৰ দেৱপ্ৰসাদ তালুকদাৰ – অসমীয়া
১৬. কামৰূপ মহানগৰৰ ড. জয়ন্ত কুমাৰ গোস্বামী – অসমীয়া
১৭. কামৰূপ মহানগৰৰ ড. মলয়া খাউণ্ড – অসমীয়া
১৮. বজালীৰ ধীৰেন্দ্ৰ তালুকদাৰ – অসমীয়া
১৯. নগাঁওৰ বিপুল চন্দ্ৰ ভট্টাচাৰ্য – অসমীয়া
২০.  কামৰূপ মহানগৰৰ শিশিৰ সেনগুপ্তা – অসমীয়া বঙালী
২১. কাৰ্বি আংলংৰ পপী ৰংপি – অসমীয়া
২২. গোলাঘাটৰ ৰফিকুল হুছেইন – অসমীয়া
২৩. বিশ্বনাথৰ অচ্যুতানন্দ দেৱ গোস্বামী – অসমীয়া

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply